No one understand.

Words
45
Reading
1 min
Listen
Play
8y

image

দেশৰ নেতৃত্ব কোনে লব ???

১) হাতত মোবাইল আৰু মুখত গুটখা ভৰোৱা খিনিয়ে।

২) ৰসিদ বহিৰ মাধ্যমেৰে ৰাইজৰ পৰা টকা তুলি ৰাতি মাংস আৰু বটল খোলা বাহিনীয়ে।

৩) টকা বা সত্তাৰ লোভত নিজকে বেচিব পৰাই।

ওপৰত উল্লেখ কৰা খিনিত আপুনি আৰু আমিও পৰো নেকি ?
image

No one understand. | Ecency